বিদ্যালয়ৰ ইউনিফৰ্ম নিয়ম
ছাত্ৰৰ বাবে
- চোলা — ধূসৰ ৰঙৰ
- পেণ্ট — চকোলেট ৰঙৰ
- টাই — চকোলেট ৰঙৰ
- ছোৱেটাৰ — ক’লা ৰঙৰ
- জোতা — ক’লা ৰঙৰ
- মোজা — বগা ৰঙৰ
- স্পৰ্টিং — নীলা ৰঙৰ
ছাত্ৰীসকলৰ বাবে
- চোলা — ধূসৰ ৰঙৰ
- স্কাৰ্ট/পেণ্ট — চকোলেট ৰঙৰ
- টাই — চকোলেট ৰঙৰ
- ছোৱেটাৰ — ক’লা ৰঙৰ
- জোতা — ক’লা ৰঙৰ
- মোজা — বগা ৰঙৰ
- স্পৰ্টিং — নীলা ৰঙৰ
বি:দ্ৰ: প্ৰতি বুধবাৰ আৰু শনিবাৰে ছাত্ৰ-ছাত্ৰীসকলে স্পৰ্টিং ইউনিফৰ্ম পৰিধান কৰিব লাগিব।